24 Assam
জন-গণৰ পক্ষত আৰু
এখোজ-সদায় আপোনাৰ কাষত।
বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক: 📞 9864924790
বৰপেটা ৰোডৰ ৰায়পুৰত বিবাহৰ প্ৰস্তাৱক কেন্দ্ৰ কৰি সংঘৰ্ষ। এজাহাৰ অনুসৰি, এটা পৰিয়ালৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি আ-ক্ৰ-মণ চলোৱাৰ অভিযোগ। ঘটনাত বিমলা খাতুন (৩২) গুৰুত-ৰভাৱে আ-হ-ত হৈ বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্প-তাললৈ প্ৰেৰণ কৰা হয়।
ঘটনা সন্দৰ্ভত ১১ জনৰ বিৰুদ্ধে বৰপেটা ৰোড আৰক্ষী থানাত এজাহাৰ দাখিল। ভুক্তভোগী পৰিয়ালে উচিত তদন্ত আৰু দোষীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
24 Assam
বৰপেটা ৰোডৰ ৰায়পুৰত বিবাহৰ প্ৰস্তাৱক কেন্দ্ৰ কৰি সংঘৰ্ষ। এজাহাৰ অনুসৰি, এটা পৰিয়ালৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি আ-ক্ৰ-মণ চলোৱাৰ অভিযোগ। ঘটনাত বিমলা খাতুন (৩২) গু-ৰুত-ৰভাৱে আহত হৈ বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
24 Assam
কলগাছিয়াৰ আমগুৰি গাঁৱত ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কণ-কণ ল’ৰা-ছোৱালীৰ বিভিন্ন অনুষ্ঠান পৰিৱেশন।
আজমলক লৈ ভয়ংকৰ খং উঠিছে সাংবাদিক নিতুনমনি শইকীয়াৰ
📌'Who is Badaruddin Ajmal?'
📌'৫০০টকা গুৰুত্বপূৰ্ণ নহয়...'
📌'যিজনে আমাৰ অস্তিত্ব বিপদাপন্ন কৰিব খোজা লোকক ৰক্ষণাবেক্ষণ দিয়ে তেওঁ কেনেকৈ আমাৰ বন্ধু হ'ব পাৰে'
📌'এফালে জাতীয়তাবাদৰ কথা ক'ম, আনফালে বদৰুদ্দিন আজমলৰ লগত মিলা-মিচা- দুয়োটা একেলগে নহয়'
📌স্বাধীনতা দিৱসৰ দিনটোতে গৰজি উঠিল মন্ত্ৰী বিমল বড়া
আৰু মাত্ৰ কেইটামান ঘন্টা। লোকপিয়লৰ স্ব-গণনাৰ আজি অন্তিম দিন। আপুনি কৰিলেনে স্ব-পঞ্জীয়ন ?
16/08/2026
মহানগৰীৰ গড়চুকত বোৱাৰীৰ ৰহস্যজনক মৃ-ত্যু
বিবাহৰ ৮ মাহৰ পাছতে নাৰ্জুমাৰ মৃ-ত্যু-ত ৰহস্য
16/08/2026
মুখ্যমন্ত্ৰীক লক্ষ্য কৰি লোৱা আব্দুল মুতালেব আৰক্ষীৰ জালত।
24 Assam
Himanta Biswa Sarma
16/08/2026
Green Nest Nursery — আপোনাৰ ঘৰ, বাগিচা, ৰিজৰ্ট অথবা ফুটবল খেলপথাৰৰ বাবে বিভিন্ন ধৰণৰ নাৰ্চাৰী গছ-গছনি, লেণ্ডস্কেপিং আৰু হোম ডেক’ৰেচনৰ সামগ্ৰী উপলব্ধ।
যোগাযোগ/অৰ্ডাৰৰ বাবে: 6001612616
15/08/2026
সামাজিক মাধ্যমত মুখ্যমন্ত্রীক ভাবুকি দি গ্ৰেপ্তাৰ আব্দুল মোতালেব।
Click here to claim your Sponsored Listing.
Category
Address
Barpeta Road
781319
