NA live24
NA live24
1.7K likes . 26K followers
NA Live24 (digital creator)
ভীৰৰ মাজত সদায় ৰাইজৰ লগত
অইন অইন বছৰৰ দৰে এই বিলিও জনতা ফাউণ্ডেশ্যনৰ উদ্যোগত দৰিদ্ৰ পৰিয়ালক কিছু সা- সামগ্ৰী বিতৰণ কৰে।
17/03/2026
২৭ ছমৰীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ইমদাদ হুছেইনে
17/03/2026
ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ দিত্বীয় খন পাৰ্থীৰ তালিকা
২৭ নং ছমৰীয়া সমষ্টিত ৰাইজে এইবাৰ শ্বাহজাহান আলীক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে বিচাৰিছে।
আহ ঐ আহ উলাই আহ কংগ্ৰেছৰ নতুন গান।
Attention APCC সভাপতি Gaurav Gogoi ডাঙৰীয়া। নৱগঠিত ২৭ নং ছমৰীয়া সমষ্টিত এইবাৰ স্থানীয় পাৰ্থীৰ ওপৰত গুৰুত্ব দিয়ক।
17/02/2026
নৱগঠিত ২৭ নং ছমৰীয়া সমষ্টিৰ ৰাইজৰ মূখে মূখে এটাই দাবী ছমৰীয়া সমষ্টিত এইবাৰ শ্বাহজাহান আলী
📌ৰবিবাৰে দিনৰ ২ বজাত গুৱাহাটী ৰাজীৱ ভৱনত দলীয় মনোনয়ন পত্ৰ দাখিল কৰে ছমৰীয়া সমষ্টিৰ কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী তথা সোণতলী টুপামাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য স্বাহজাহান আলী
নৱগঠিত ছমৰীয়া সমষ্টিৰ কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী তথা সোণতলী টুপামাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য স্বাহজাহান আলীৰ লগত আজি হাজাৰ হাজাৰ জনতা নিজৰ ইচ্ছা অনুসৰি গুৱাহাটী ৰাজীৱ ভৱনত দলীয় মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলায় আহে।
পল্লিমঙ্গল আঞ্চলিক যুৱ সংঘৰ উদ্যোগত আয়োজিত দ্বিতীয় তম বাৰ্ষিক অধিৱেশনত আমন্ত্ৰিত অতিথি মাহতলী গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য সাহজামাল হকৰ মূল্যৱান ভাষন।
Category
Website
Address
Alerts
Be the first to know and let us send you an email when NA live24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.
