Xonu Kuldip

Xonu Kuldip

Share

Ex উপ-সভাপতি ‌তিনিচুকীয়া মহাবিদ্যালয় (আছু গোট)
তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ
সদস্য
সদৌ অসম ছাত্ৰ সন্থা(AASU)❤️✊

02/08/2026

বানাক্ৰান্তৰ মাজত শিৱসাগৰৰ বামুন পুখুৰী বান সাহায্য শিবিৰত কিছুমান বস্তু যোগান ব্যৱস্থা কৰোঁ । বানাক্ৰান্তৰ ৰাইজক এমুঠি অন্ন, বস্ত্ৰ, শুৱা যোগান কিছুমান ধৰা এই কাৰ্যসূচীত ধেলাখাট চাহ বাগিচাৰ সমূহৰাইজ হৈ তিনিচুকীয়া সমজিলা । ৰাজহচক্ৰ বিষয়া উপস্থিতহৈ নিজ হাতেৰে আহাৰ আৰু কিছুমান বস্তু বিতৰণত সহযোগিতা আগবঢ়ায়ো।

এটি অনুৰোধ যে কিছুমান যদি বান সাহায্য দিব বিচাৰে তেতিয়া হ'লে শিমলুগুৰি পৰা টেঙা পুখুৰীত দিয়ে যেন।
@

29/04/2026

৩৯ তম বাৰ্ষিক ধেলাখাট আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ দ্বিতীয় দিনা কাৰ্য্যসূচীৰ মূখ্য আকৰ্ষণ জনপ্ৰিয় কন্ঠশিল্পী দীপশিখা বড়া
bora

Photos from Xonu Kuldip's post 28/01/2026

অভয়ৱ দাৰ লগত আজিৰ সন্ধিয়া সময় খিনি একেলগে বাৰ্তালাপ ❤️
Aboyob Bhuyan
Untold by Aboyob Bhuyan

20/01/2026
20/01/2026

তিনিচুকীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সৌজন্যত ৫৯তম মহাবিদ্যালয় সপ্তাহৰ আজি অনুষ্ঠানত সান্নিধ্য দাৰ লগত আৰু তেখেতৰ গীতৰ শৰাই উপভোগ কৰিব পালো❤️

Photos from Xonu Kuldip's post 13/01/2026

মাঘৰ সোণালী ৰ’দে
আপোনাৰ জীৱনত আনে সুখ,
সমৃদ্ধি আৰু শান্তি। ভোগালীয়ে আৰু টুচু মায়ে সকলোৰে মনবোৰ সমৃদ্ধ কৰক, কঢ়িয়াই আনক জীৱনলৈ আনন্দ আৰু উল্লাস এই আশাৰেই আপোনাৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ভোগালী বিহু, টুচু পূজাৰ আৰু মকৰচকাৰন্তি আন্তৰিক শ্ৰদ্ধাৰে শুভেচ্ছা জনালোঁ।

Photos from Xonu Kuldip's post 29/12/2025

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৮ তম প্ৰতিষ্ঠা দিৱসৰ লখিমপুৰ জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ আতিথ্যত আৰু ৰাইজৰ সহযোগত যোৱা কালি লখিমপুৰ চকুলীভৰীয়াৰ খেলপথাৰত আটকধুনীয়া অনুষ্ঠান ত উপস্থিত হৈ নিজকে সুভাগ্য অনুভৱ কৰোঁ লগতে প্ৰতিষ্ঠা দিৱসৰ কার্যসূচীত উপস্থিত থাকি এই বিশেষ দিনটোত আটছাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক প্ৰতিষ্ঠা দিৱসৰ শ্ৰদ্ধাৰে শুভকামনা জ্ঞাপন কৰিলোঁ লগতে যিসকল ব্যক্তিৰ ত্যাগ আৰু কষ্টৰ বলত অসম চাহ জনজাতি ছাত্ৰ সন্থাই আজিৰ এই পৰ্যায়তলৈকে আগ বাঢ়ি গ'ল তাৰ বাবে তেওঁলোক সকলোৰে ত্যাগক স্মৰণ কৰোঁ।

Photos from Xonu Kuldip's post 11/12/2025

আমাৰ তিনিচুকীয়া গেলাপুখুৰী চাহ বাগিচাৰ আৰু ধেলাখাটৰো সোমবাৰৰে ২২ জন শ্ৰমিকে ভিতৰত এজন কৰ্ম কৰিব যোৱাৰ সময়ত
অৰুণাচল প্ৰদেশৰ হাইলংত - চাকলাগাম পথৰ মেটেলিয়াঙত পাহাৰৰ পৰা ট্ৰাক বাগৰি পৰি এক আকস্মিক ঘটনাত পতিত হয় মৃত্যুক আঁকোৱালি লয়।
তেখেতসকলৰ বিদেহী আত্মাৰ সদগতিৰ কামনা কৰি , শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
নিহত লোকসকলৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গৰ দুখৰ সমভাগী হৈছোঁ। ভগৱানে পৰিয়ালবৰ্গ সমূহলৈ শক্তি দিয়ে যেন।

ওঁম শান্তি!🙏

29/11/2025

চাহ বাগিচা বন্ধ কৰাই আমাৰ শ্ৰমিক খুৰা-খুৰিসকলক কিয় হাৰাশাস্তি কৰাই আছে। আমি সেইদিনাখন ফুৰ্তি কৰিম,

যিদিনা অনুসূচীকৰণ অৰ্থাৎ ST মৰ্যদা দিয়া হ'ব আৰু দাগ নং সহকাৰে নিজৰ

নামত মাটিৰ কাগজ বা পট্টা পাম আৰু মজুৰি বৃদ্ধি কৰা হ'ব ।
ললিপব পায় ফুৰ্তি নকৰিব

Photos from Xonu Kuldip's post 19/11/2025

মানুহৰ সুখবোৰ বাৰু ক'ত আছে ? নিজৰ নীৰৱ আকাশখনত নে অচিনাকী মানুহৰ সেই ব্যস্ততাপূৰ্ণ নদীখনত ? য'ত মাথোঁ উতি ভাহি অহা এখন নাওঁ , যাৰ কোনো নাৱৰীয়া নাই । শেৱালীয়ে যদি ভাৱে , তাৰ সুবাস সেই শৰতৰ নিয়ৰত হে কেৱল বুলি ....... জীৱনৰ বতাহজাক কেতিয়ালৈকে বলিব নাজানো , মাত্ৰ এদিন নিশ্চয় সেই বাস্তৱৰ সাগৰত নিজক বিচাৰি পাম য'ত সপোনৰ নদীখনে নিজৰ অস্তিত্ব হেৰুৱাব ।

Website

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Xonu Kuldip posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Guwahati.