Dipali bora

Dipali bora

Share

নমস্কাৰ 🙏
মোৰ পেজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো । আপোনালোকৰ মৰম ❤️❤️আশীৰ্বাদ বিছাৰিছো ।

20/09/2026

Good night all friends ❤️❤️❤️

20/09/2026

Good evening everyone ❤️

20/09/2026

Good morning all of you 🌅❤️❤️❤️

19/09/2026

Good night everyone

19/09/2026

Good evening everyone ❤️💚💚💙

19/09/2026

এয়া কোনে কোনে খাই ভাল পাই

19/09/2026

কেতিয়াবা হাঁহিৰে , কেতিয়াবা চকুলোৰে জীৱন কটাইছো 🥺🥺
#জীৱন
#সকলোৰে

19/09/2026

চাওঁতে চাওঁতে আজি ১ টা বছৰ হ'ল কিন্তু আজিলৈকে মানুহজনে ন্যায় নাপালে,
এনেকৈয়ে চাগে দিনবোৰ বাগৰি যাব এটা সময়ত বহুতে পাহৰি যাব,এতিয়াও বহুতে পাহৰি যাব লৈছে,কিন্তু প্ৰকৃত অসমীয়া আৰু প্ৰকৃত জুবিন প্ৰেমি সকলৰ বুকুত আজিও জুবিন দা নোহোৱাৰ জুইকুৰা উমি উমি জ্বলি আছে🥹সেই সময়খিনিত কিমানে যে জুবিন দা নোহোৱাৰ বাতৰি সহ্য কৰিব নোৱাৰি নিজকে ত্যাগ দিছিল,কি এক অভাবনীয় পৰিবেশৰ সৃষ্টি হৈছিল🥹কোনো এক দ্বিতীয় সম্পদেৰে জুবিন দা নোহোৱাৰ অভাৱ কেতিয়াও পুৰ কৰিব নোৱাৰে🥹জুবিন দা সদায় অমৰ আছিল আৰু সদায় অমৰ হৈ থাকিব🥹জয় জুবিন দা❤️🥹 য'ত আছে তাতেই শান্তিৰে থাকক🙏 সন্দিয়া এগছি চাকি জ্বলাই আত্মাৰ সদগতিৰ কামনা কৰিম 🙏🙏🙏
#সুপ্ৰভাত #জয়জুবিনদা

18/09/2026

Good night everyone 🙏🙏🙏

Address

Guwahati
781380

Alerts

Be the first to know and let us send you an email when Dipali bora posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Guwahati.