JUNU DEKA 24

JUNU DEKA 24

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from JUNU DEKA 24, Health/Beauty, Guwahati.

সপোন হৈছে জীৱনত বহু দূৰ আগুৱাই যোৱা🤗Access bars Facilitator (Junu_deka)
Class and session , Terot card Reader, video creator 🫣Love to travel 🚗
contect me- #6000641138
My YouTube channel:-https://youtu.be/nnQd81E_by4?si=7QuwC9xHO9s0Umcf

Photos from JUNU DEKA 24's post 31/07/2026

Morom bor

30/07/2026

Order now -6000641138

30/07/2026

বানাক্ৰান্ত সকলক সহায় কৰাৰ লগতে নিজৰ কাম বোৰো কৰি গৈছো 🙏নিজক সলনি কৰিব বিচাৰে যদি আপোনাৰ বাবে সুন্দৰ সুযোগ এবাৰ মাত্ৰা ইচ্ছা আগ্ৰহ প্ৰকাশ কৰক 🤗✨

30/07/2026

বানাক্ৰান্ত সকলক সহায় কৰি আছো সকলোৱে কৰিছে এতিয়া সুব দৰকাৰ হৈ আছে আঠুৱা, বেডছিত, পাতি শুবলৈ বহুত দিকদাৰ হৈছে , সকলো মিলি নিলে সকলোৱে পাব 🙏জয় জুবিন দা 🙏

Photos from JUNU DEKA 24's post 30/07/2026
Photos from JUNU DEKA 24's post 29/07/2026

এই মহাপ্ৰলয় ইতিহাসৰ পাতত থাকি যাব। যি সকলে দান বৰঙণি আগবঢ়াইছে আপোনালোককো কৰবাত মানৱতাই অন্তৰ চুই গৈছে কিন্তু যিসকলৰ হৃদয় কপা নাই এতিয়াও সময় আছে কিবা এটা সহায় কৰক নহলে এদিন নিজে নিজক নিষ্ঠুৰ বুলি বেয়া লাগিব 🙏 দিয়ক সময় আছে বানাক্ৰান্তৰ প্ৰতি কৃপা কৰক জয় আই অসম জয় জুবিন দা 🙏🤗

29/07/2026

Registration Open -6000641138 1st August -Pathsala

29/07/2026

Guru Purnima r gift 🎁

Want your business to be the top-listed Beauty Salon in Guwahati?
Click here to claim your Sponsored Listing.

Category

Website

Address

Guwahati
781005