Anuradha Kalita Sarma

Anuradha Kalita Sarma

Share

BEAUTICIAN & MAKEUP ARTIST 💄

24/07/2026

School project boat house 😍🤩❤️❤️

16/07/2026

13 years togetherness ❤️❤️
Happy anniversary my dear 🥰😍🤩😘❤️❤️
13 টি বছৰ একেলগে সুখে দুখে পাৰ কৰিলো। বাকী দিনবোৰো যেন সুকলমে পাৰ হয়..... হিংসা জেদ কোপত অহংকাৰ বেয়া বুদ্ধি আদি একোকেই যেন লগ নিদিয়াকে সংসাৰ খন পাৰ কৰিব পাৰোঁ তাৰেই হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ 🙏🌺🌸🌼🪷🌹🌷

খোৱাব ললো বায়েকক আৰু মুখ মেলি গ'ল সৰুজনীয়ে। 😄😃😀🥰😍😘🤩 মাক দেউতাকৰ anniversary বুলি কটা কেকটো।

Photos from Anuradha Kalita Sarma's post 15/07/2026

13 years togetherness ❤️❤️
Happy anniversary my dear 🥰😍🤩😘❤️❤️

10/07/2026

বায়েকৰ প্ৰতি মৰমৰ। 😍😘❤️

10/07/2026

কিনো জানে বাৰু। জানিলেনো এনেকে কয়নে বাৰু। হাঁহিও উঠে। বুজি পোৱা হোৱা হলেও বুজাই দিলো হয়। সেইগতিকে বেয়া নাপাব আৰু কোনেও। আচলতে তাইৰ নাচটোৰ কাৰণেহে ভিডিঅটো চেয়াৰ কৰিলো। কিমানযে ফূৰ্তিত নাচিছে তাই । 😊❤️

Want your business to be the top-listed Beauty Salon in Nagaon?
Click here to claim your Sponsored Listing.

Website

Address

NH37
Nagaon
782142