R Mondal600

R Mondal600

Share

ধুবুৰী জিলা ছাত্ৰ মুক্তি কাৰ্য্যকৰী-সভাপতি

01/07/2026

আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা মাননীয়া সম-জিলা আয়ুক্তা মহোদয়াৰ কাৰ্যালয়ত বামুণপাৰা ৪ৰ্থ আৰু ৫ম খণ্ডৰ PWD-ৰ অধীনত PMGSY আঁচনিৰ অধীনত চলি থকা পথ নিৰ্মাণ কাৰ্যত সংঘটিত হোৱা অনিয়ম আৰু দুৰ্নীতিৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবীত অভিযোগ দাখিল কৰিছিলোঁ।
বিলাসীপাৰা সম-জিলাৰ অন্তৰ্গত বিলাসীপাৰা–চিৰাকুটা সংযোগী পথৰ PMGSY পেকেজ নং AS-05-44-ৰ পুনৰ নিৰ্মাণৰ কামত সংঘটিত হোৱা ব্যাপক অনিয়মৰ তদন্ত বিচাৰি আমি ৮ মে' ২০২৬ তাৰিখে আবেদন দাখিল কৰিছিলোঁ।
দুখৰ বিষয় যে, অভিযোগ দাখিল কৰাৰ পিছতো আজি ১ জুলাই ২০২৬ তাৰিখে সংশ্লিষ্ট স্থান পৰিদৰ্শন কৰি দেখা গ'ল যে, অধিকাংশ অংশত ৰাইজে অভিযোগ কৰা অনুসৰি জিৰো কংক্ৰিট নেদি কেৱল নামমাত্ৰ কাম সম্পন্ন কৰি দায়িত্ব সামৰিবলৈ চেষ্টা কৰা হৈছে। স্থানীয় ৰাইজে পথটো নিৰ্ধাৰিত মানদণ্ড অনুসৰি জিৰো কংক্ৰিটেৰে সঠিকভাৱে নিৰ্মাণ কৰাৰ দাবী জনাই আহিছে। কিন্তু সেই দাবীক উপেক্ষা কৰি নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে।
সেয়ে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সংশ্লিষ্ট বিভাগৰ দায়িত্বশীল বিষয়াসকলৰ ভূমিকা নিৰপেক্ষভাৱে তদন্ত কৰি, যদি কোনো অনিয়ম বা দুৰ্নীতি প্ৰমাণিত হয়, তেন্তে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত জোৰ দাবী জনাইছে।
ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি (SMSS)

28/06/2026

28/06/2026

12/06/2026

With Ajinaraj Begum – I just got recognized as one of their top fans! 🎉

12/06/2026

"হাঁহি থকা মানেই সুখী নহয়,
বহু সময়ত সেয়াই হয় কষ্ট লুকুৱাই ৰখাৰ সৰ্বশ্ৰেষ্ঠ উপায়।" 🖤

07/06/2026

বিলাসীপাৰা ৰাজহ চক্ৰ কাৰ্য্যালয়ত চলি থকা মাটিৰ দালালিৰ দপদপনি অতিসোনকালে বন্ধ হ’ব লাগিব। নিৰীহ সাধাৰণ মানুহক হাৰাশাস্তি কৰা কেতিয়াও গ্ৰহণযোগ্য নহয়।
দালাল চক্ৰৰ বাবে বহু লোক আজি ন্যায়সঙ্গত অধিকাৰৰ পৰা বঞ্চিত হ’ব লগা হৈছে। সেয়েহে জিলা আয়ুক্ত মহোদয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ সম্পূৰ্ণ তদন্তৰ আওতাত আনিব লাগে আৰু জড়িত দোষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
সাধাৰণ ৰাইজৰ স্বাৰ্থ ৰক্ষা কৰাটো প্রশাসনৰ মূল দায়িত্ব

12/05/2026

পাহৰি গৈছে দে..... ゚viralシfypシ゚viralシalシ

11/05/2026

বন্ধুত্বৰ সম্পৰ্কটো বৰ ধুনীয়া,??????

10/05/2026

Happy Birthday! 🎉💖
“জীৱনৰ পথত সদায় হাঁহি থাকক মুখত,
সুখৰ পোহৰে ভৰাই ৰাখক হৃদয়ৰ দুখত।
আজিৰ এই বিশেষ দিনটো হওক অতি মধুৰ,
জন্মদিনৰ শুভেচ্ছা থাকিল অন্তৰৰ পৰা ভৰপুর।” 🎂🌺

Photos from R Mondal600's post 10/05/2026

তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিজয় থালাপতিয়ে

10/05/2026

Good morning ゚viralシfypシ゚viralシalシ

Want your business to be the top-listed Beauty Salon in Bilasipara?
Click here to claim your Sponsored Listing.

Category

Website

Address


Bilasipara
783348