RIYAN LIFE

RIYAN LIFE

Share

কিনো কম কিনো লিখিম ভাবি আছো

27/01/2023

Brahmputra বুকুত সেই সন্ধিয়া সময়ত,,

19/01/2023
15/09/2022

Name Jugu Baruah village bihdia.p/s baihata chariali district Kamrup..goan ponchayat bihdia,
আইতাৰ আজি মানুহ জন ঢুকাব প্ৰায় 10 /12 বছৰ মান হল,, কিন্তু আইতাজনী আজিৰ লৈকে চৰকাৰৰ পৰা ঘৰ এটাও পাব সক্ষম নহল, কিন্তু বিহদিয়াত নিজৰ পত্নীৰ চৰকাৰী চাকৰি থকাৰ পিছত ও বিনামূলীয়া ঘৰ পাই, কিন্তু এই দুৰ্ভগীয়া আইতাজনী চৰকাৰৰ সা সুবিধাৰ পৰা ও বঞ্চিত,, আমাৰ 56নং কমলপুৰ সমষ্টিৰ মাননীয় দিগন্ত কলিতা ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা ডাঙৰীয়া দেৱে আইতাৰ এই ঘৰটো চাই এটা চৰকাৰী ঘৰ দিয়াৰ ব্যৱস্থা কৰি দিয়ে যেন ,,এই ভিদেওতো সকলোৱেই যেন share কৰি ৰজাঘৰীয়াৰৰ চকুত দৃষ্টিগোচৰ হোৱা কৰে যেন,,

Category

Website

Address


Vill/bihdia
Guwahati

Alerts

Be the first to know and let us send you an email when RIYAN LIFE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Guwahati.