Nulife Supercare
Dr.Mridul Mahanta,Cardiologist
Chamber:Nulife Supercare
Near NERIM,Jayanagar,Beltola,Guwahati. Call 9954767272/9181915285
পদপথৰ চিকিৎসা…
Share the kindness, spread the humanity.❤️
আমাৰ বাবে প্ৰথমে মানৱতা, তাৰ পিছত বাকী সকলো…
চেম্বাৰ বন্ধ হৈ যোৱাৰ পিছতো সেই আইতাগৰাকীক চিকিৎসা নকৰাকৈ আঁতৰি আহিব নোৱাৰিলোঁ।
কাৰণ চিকিৎসা কেৱল এটা পেছা নহয়—ই এক মানৱীয় দায়িত্ব। ❤️
কেতিয়াবা সৰু এটা কাম, অলপ সময় আৰু এটা মৰমৰ ব্যৱহাৰেই এজন মানুহৰ বাবে বহুত ডাঙৰ আশীৰ্বাদ হৈ পৰে।
ৰোগীৰ পৰা পোৱা আশীৰ্বাদৰ মূল্য কোনো শব্দৰে বুজাব নোৱাৰি—
কেৱল অনুভৱ কৰিব পাৰি। 🙏❤️
মানৱতা থাকক, চিকিৎসা সেৱাৰ প্ৰতি মানুহৰ বিশ্বাস আৰু আদৰ সদায় মানুহৰ কাষত থাকক।
Because sometimes The greatest medicine is simply humanity. ❤️
Heart Block & Heart Attack একে নেকি?
পেচমেকাৰ কি?
Learn about Heart Attack, Heart Block & Pacemaker........
CARDIOLOGIST - জনপ্ৰিয় হৃদৰোগ বিশেষজ্ঞ
Dr. Mridul Mahanta
MBBS,MD,DM(Gold Medalist)
Consultant Cardiologist
🏥NULIFE SUPERCARE
📍JAYANAGAR, BELTOLA , Near NERIM
Call 9954767272/9181915285
সুস্থ জীৱন শৈলী শিকোঁ আহক.....
CARDIOLOGIST - জনপ্ৰিয় হৃদৰোগ বিশেষজ্ঞ
Dr. Mridul Mahanta
MBBS,MD,DM(Gold Medalist)
Consultant Cardiologist
🏥NULIFE SUPERCARE
📍JAYANAGAR, BELTOLA , Near NERIM
Call 9954767272/9181915285
Click here to claim your Sponsored Listing.
Category
Website
Address
Jayanagar, Beltola Road
Guwahati
781022
