Rafan vlog
Public Figure
20/08/2024
কি অদ্ভূত কলাকার । পাথৰ কেটে কিভাবে তৈয়াৰ কৰলো মা-মেয়েৰ ভালবাসা আক্ৰিয়া থাকাৰ এক আজব দৃশ্য ।
21/06/2023
১/ আজি লৈকে ভাৰত তথা অসমত সমষ্টি সমূহ গঠিত হোৱাৰে পৰা যিমান মন্ত্ৰী,মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী শাসন কৰি গল সকলো মন্ত্ৰী, মুখ্যমন্ত্ৰী, আৰু প্ৰধানমন্ত্ৰী কি আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তুলনাত কম জ্ঞানী আছিল ?
২/যি সকলে ভাৰতবৰ্ষ স্বাধীন কৰি সমষ্টি সমূহ নিৰ্ধাৰণ কৰিছিল | সেই সকলে সমষ্টি সমূহ গঠন কৰাত ভূল কৰিছিল নেকি ?
৩/ভাৰতবৰ্ষত যিমান মন্ত্ৰী শাসন কৰি গল সকলো মন্ত্ৰীতকৈ তেখেত শ্ৰেষ্ঠ জ্ঞানী মন্ত্ৰী বুলি নিজকে ভাবে নেকি ?
৪/সমষ্টি পুনঃ নিৰ্ধাৰণ কৰাৰ আচল উদ্দেশ্যে সংখ্যালঘু সকল নেকি ?
music
হা-ডু-ডু..........বকুলতলা
উত্তৰ-পূবৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা(নেমছু) ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত
বকুলতলা আঞ্চলিক নেমছু ৰ
তৰফৰ পৰা সকলো ইছলাম ধৰ্মাৱলম্বী ভাই-বন্ধু সকললৈ পবিত্ৰ ঈদ-উল-ফিতৰৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জনালোঁ ।
Category
Contact the business
Telephone
Website
Address
Ranipukhuri, Kajiamati,, Udalguri , (BTR)
Guwahati
784509
Alerts
Be the first to know and let us send you an email when Rafan vlog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.
