Prity Rupa das

Prity Rupa das

Share

Subscribe karibo

17/09/2026

নিস্তব্ধ ৰাতি, ৰঙা জোনৰ পোহৰ - শুভ ৰাত্ৰি 🌕❤️
ৰাতি ভাত খালে নে সকলোৱে? মই এতিয়াহে খালোঁ 😋
আজিৰ জোনটোৱে কৈছে - শুই যোৱা, কাইলৈ আকৌ লগ পাম 😊
এতিয়া কোন কোন সাৰে আছে? Comment কৰা 🌙

17/09/2026

সন্ধিয়া নামিল, পোহৰবোৰ জ্বলিল - আপোনালৈ শুভ সন্ধিয়াৰ শুভেচ্ছা 🙏🌙

17/09/2026

17/09/2026

মই বনোৱা দুপৰীয়াৰ সাঁজ 😋 নিজৰ হাতেৰে ৰান্ধি খোৱাৰ মজাই বেলেগ
শুভ দুপৰীয়া! নিজে ৰান্ধি-বাঢ়ি এতিয়া খাবলৈ লৈছোঁ 🍛
😂😂 আহকচোন খাওঁহি 🙏

17/09/2026

ৰাতিপুৱাৰ মিঠা ৰ'দজাকৰ দৰে আপোনাৰ দিনটোও উজ্জ্বল হওঁক ☀️
নতুন দিন, নতুন সপোন, নতুন আশ. চকু মেলি চাওক, জীৱন বৰ ধুনীয়া - সুপ্ৰভাত 🙏 আজিৰ দিনটো কেনেকৈ আৰম্ভ কৰিলে?

17/09/2026

🎉 Facebook recognized me for starting engaging conversations and producing inspiring content among my audience and peers!

16/09/2026

😍My little world 🌍❤️
Good Night everyone 🌙😴
Sweet dreams 😘
night

16/09/2026

Good Evening 🌆✨
Din tu eman dhuniyakoi par hol
Xondhiya tu aru dhuniya hok ❤️☕

16/09/2026

Good afternoon 🥰
দুপৰীয়াৰ সাজ 😋
আহক, দুপৰীয়াৰ সাজ একেলগে খাওঁ 🙈🍛

16/09/2026

আজি আমাৰ ৰাতিপুৱাৰ জলপান
আপোনালোকে
চাহ খালা নে?

Website

Address


Amingau
Guwahati
781031