News Assam9

News Assam9

Share

News Assam9 Baihata Chariali,Kamalpur ৰ সকলো লোকেল আৰু সঁচা খবৰ সকলোতকৈ আগত পাবলৈ Follow কৰক। | Contact for news - DM

27/09/2026

বেজেৰাত "অসম ড্ৰাগছ এণ্ড ডিষ্ট্ৰিবিউটৰ"নামেৰে এখন বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠানৰ শুভ উদ্বোধন কৰা হয়।বেজেৰা-মংগলদৈ পথত এই বৃহৎ পাইকাৰী ঔষধী প্ৰতিষ্ঠানখনিৰ মাংগলিক কাৰ্যসুচীৰে মুকলি কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে।

27/09/2026

বাইহাটা চাৰিআলিত অগ্নিভ নামৰ এখন ল'জ মুকলি কৰি এনদৰে মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত ।

26/09/2026

বাইহাটা চাৰিআলিৰ চাংসাৰিস্থিত চিপেটৰ ২৭ সংখ্যক বৰ্ষপুৰ্তি । ক চিপেটত অধ্যায়ন কৰা ছাত্ৰ ছাত্ৰী সকলে অদুৰ ভবিষ্যতে নিজকে সংস্থাপিত কৰিব পাৰে

25/09/2026

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এই প্ৰতিবাদ। কিয় এই প্ৰতিবাদ চাওঁ আহক আমাৰ এক প্ৰতিবেদন----

24/09/2026

মুখ্যমন্ত্ৰীৰ কামিহাড় ভাঙিম বুলি বদৰুদ্দিন কোৱা কথাষাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ ।কলে এনে দৰে------

23/09/2026

অসম চৰকাৰে অনুষ্ঠিত কৰা এ ডি আৰ ই ০২ চাকৰি দিয়াৰ প্ৰবঞ্চনাৰে ৬৪ জন প্ৰাৰ্থীৰ পৰা সৰকাইছিল ধন । ধৃত প্ৰঞ্চক গৰাকী বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বৰহাটা গাঁৱৰ প্ৰদীপ কলিতা । News Assam9

23/09/2026

বাইহাটা চাৰিআলিত পিষ্টলধাৰী দুৰ্বৃত্তৰ তান্ডৱ। সোণৰ অলংকাৰৰ দোকানৰ গৰাকীৰ পৰা পিষ্টল দেখুৱাই লুটি লৈ গ'ল সোণৰ অলংকাৰৰ বেগসহ নগদ ধন।

22/09/2026

কমলপুৰ চকৰ দোকানত হঠাৎ তালাচি অভিযান ।কিয় কি কাৰণত সেই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন-----

21/09/2026

বাইহাটা চাৰিআলিৰ বাবে এটা ভাল খবৰ। কি খবৰ চাওক আমাৰ এক প্ৰতিবেদন

21/09/2026

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক জন্ম জয়ন্তী কি কৰিলে চাওক এবাৰ

Address


Baithata Chariali Kamrup
Guwahati

Alerts

Be the first to know and let us send you an email when News Assam9 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Guwahati.