Quasimul Uloom Moudanga Madrasa
Quasimul Uloom Moudanga Madrasa is a Islamic research centre. Estd 1944
২০ বছৰৰ মনৰ হেঁপাহ।।
আমাৰ ঐতিহ্যমণ্ডিত ক্বাছিমুল উলুম মৌডঙ্গা মাদ্ৰাছা পৰিভ্ৰমণ কৰাৰ হেঁপাহ আৰু হাবিয়াস মনত পুহি ৰখা দাৰুল উলুম দেওবন্দৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মৌলানা মুফতি ৱাহিদুজ জামান ক্বাছিমী চাহাব অৱশেষত আজি আহি আমাৰ মাদ্ৰাছাখন পৰিদৰ্শন কৰি মনৰ ভাৱ প্ৰকাশ কৰে ।
মহাৰাষ্ট্ৰ জমিয়ত উলেমা হিন্দৰ সন্মানীয় উপ সভাপতি জনাব জাহিদ শ্বেখ চাহাব আজি আমাৰ ক্বাছিমূল উলুম মৌডঙ্গা মাদ্ৰাছাত উপস্থিত হৈ বহু মূল্যবান ভাষণ আগবঢ়ায়।। Quasimul Uloom Moudanga Madrasa
আদৰণি পৰ্ব।।
মহাৰাষ্ট্ৰ জমিয়ত উলেমা হিন্দৰ সন্মানীয় উপ সভাপতি জনাব জাহিদ শ্বেখ চাহাব আজি আমাৰ ক্বাছিমূল উলুম মৌডঙ্গা মাদ্ৰাছাত উপস্থিত হৈ বহু মূল্যবান ভাষণ আগবঢ়ায়।।
মহাৰাষ্ট্ৰ জমিয়ত উলেমা হিন্দৰ সন্মানীয় উপ সভাপতি জনাব জাহিদ শ্বেখ চাহাব আজি আমাৰ ক্বাছিমূল উলুম মৌডঙ্গা মাদ্ৰাছাত উপস্থিত হৈ বহু মূল্যবান ভাষণ আগবঢ়ায়।।
On the occasion of Independence Day,
15th August 2026
Almost preparation completed for 🇮🇳🇮🇳 🇮🇳 Quasimul Uloom Moudanga Madrasa fans 15th August
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Website
Address
Debosthan P/o Debosthan Bazar. P/S Murajhar. Hojai
Hojai
782481
