Niru's vlogs
welcome to my vlogs
27/08/2026
☕🌿 सुबह की चाय, खूबसूरत नज़ारे और सुकून भरे पल… इससे बेहतर शुरुआत क्या होगी! ❤️
Good Morning Friends 🌹☀️
आपकी सुबह भी खुशियों और मुस्कान से भरी रहे। ✨
আজি
pressure cooker
গাটো বেয়া বোলে ।।
#
26/08/2026
ফটোখন মাৰাত ভাল নহ'ল 🤫 এতিয়াও কি কৰো ।
🤛
26/08/2026
ৰঙা লাওঁ গুটি খাই ভাল পাই নে আপোনালোকে
🎃🌱 সকলোকে সুভ দুপৰীয়া জনালোঁ 🌱💐🌱
.
26/08/2026
ৰাতিপুৱা সময়খিনি বহুত ব্যস্ত তাৰ মাজতে
এখন ফটো দিলোঁ সু প্ৰভাত জনালোঁ সকলোকে 🌿💐
25/08/2026
সকলোৰে ৰাতিটো সুভ হওক সুভ ৰাত্ৰী জনালোঁ 🌿💐 good night sweet dreams 🌿💐🌿💐
'
25/08/2026
With Mr raaz vlog – I'm on a streak! I've made it onto their weekly engagement list 9 weeks in a row. 🎉
25/08/2026
জীৱনত অকলসৰে থাকিব চেষ্টা কৰিব লাগে 🫵
কৰণ মানুহে অকলে নিজৰ ব্যৱহাৰ কাৰণে
তুমাক মনত পেলাব ।✨✨✨✨✨✨✨✨
25/08/2026
With Pradip Barman – I'm on a streak! I've made it onto their weekly engagement list 11 weeks in a row. 🎉
25/08/2026
বহুত মানুহ কয় মই নিজে শুনিছোঁ নিজৰ সন্তানৰ 💁🚴🙆💁
খপত খাই কৈ 🫳 আজিৰ পৰা মই এইটো নকৰোঁ।
সেইটো নকৰোঁ কিয় কৈ এনেকৈ অথচ সেই কামবোৰ
কিন্তু আকৌ কৰে 🫳 মই এটা মাক হয় ✨ সন্তান
এটা জন্ম দিওঁতে মাকৰ যে কিমান ত্যাগ কৰিব লাগে
গতিক সেই খপত খোৱা বোৰক কৈছোঁ 🥲
এইবোৰ বন্ধ কৰা 🫵 নহ'লে এজনি মাক
কিন্তু মা দুৰ্গা ৰূপ ল'বলৈ বাধ্য নকৰিব🙏
🌿🙏আপোনালোকৰ মতামত কি জনাব 🙏
#খপত #অসমীয়া #মিছা #সাৱধান
Click here to claim your Sponsored Listing.
Category
Contact the business
Website
Address
Tinsukia
786125
